/Assam/Hindu temple

Nowboisha Bornamghor, Jorhat

Q6X7+929, Potiagaon, Assam 785101, India

Nowboisha Bornamghor, Jorhat
Hindu temple
5
1 reviews
1 comments
Orientation directions
Location reporting
Claim this location
Share
Write a review
Samudra Samu
Samudra Samu1 year ago
নাওবৈছা বৰনামঘৰ যোৰহাটৰ এটা উল্লেখযোগ্য নামঘৰ। গাঁৱৰ মূলনামঘৰ হিচাপে ৰাইজে ইয়াত বছৰেকীয়া ধৰ্মীয় কামসমূহ মিলিজুলি সমাধা কৰে।নাম-কীৰ্ত্তনৰ লগতে বছৰেকীয়া কাৰ্যসূচী যেনে- শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ,মাধৱদৱেৰ তিথি,গৰখীয়া সবাহ,পালনাম,তিনিওটি বিহুৰ নাম লগতে মাঘবিহুত সমূহীয়া মেজি আদি পালন কৰা হয়।গুৰুজনাৰ জন্ম তিথিৰ লগত সংগতি ৰাখি অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা,বৰগীত প্ৰতিযোগিতা,চিত্ৰাংকন-ৰচনা প্ৰতিযোগিতা,শংকৰী সংস্কৃতিৰ আধাৰত নৃত্য-গীতৰ আয়োজন কৰা হয়।নিশালৈ গাঁৱৰ যুৱকসকলৰ উপৰিও ওচৰৰ গাঁৱৰ যুৱকসকলে ভাওনা পাতে।হেজাৰী মৌজা ভিত্তিত গুৰুজনাৰ জন্ম তিথি উলহ-মালহেৰে সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। নাওবৈছা বৰনামঘৰৰ বছৰেকীয়া মূল অনুষ্ঠান হিচাপে গুৰুজনাৰ জন্মতিথিটো গণ্য কৰিব পাৰি।সৰুৰে পৰাই নামঘৰৰ লগত জড়িত হ'বলৈ পাই নিজকে ধন্য মানিছো।
Recommended locations