(Translated by Google) Sandeep Rally is the main driving force in education sector 65. Balichapori L. P. School provides a lot of importance for the development of this area of basic education. It is a tradition that the education system has become enlightened in the light of the various fields, and the education system has become hardened. This education is in the background of Jatiyugugia.
(Original) বালিচাপৰি অঞ্চলৰ শিক্ষাৰ মূল চালিকা শক্তি 65 No. Balichapori L. P. School খনে এই অঞ্চলৰ বুনিয়াদী শিক্ষা এক ভেটি গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে অঞ্চলটো শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই যোৱাত যথেষ্ট অৰিহনা যোগাইছে। ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানৰ জ্ঞানৰ আলোকেৰে আলোকিত হৈ বিভিন্ন অঞ্চলত কৰ্মৰত হৈ থাকি শিক্ষানুষ্ঠানটিলৈ যেন সকলোৱে সৌস্তভ কঢ়িয়াই আনিছে। এই শিক্ষানুষ্ঠান যাউতিযুগীয়া হৈ থাকক।
(Original)
বালিচাপৰি অঞ্চলৰ শিক্ষাৰ মূল চালিকা শক্তি 65 No. Balichapori L. P. School খনে এই অঞ্চলৰ বুনিয়াদী শিক্ষা এক ভেটি গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে অঞ্চলটো শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই যোৱাত যথেষ্ট অৰিহনা যোগাইছে। ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানৰ জ্ঞানৰ আলোকেৰে আলোকিত হৈ বিভিন্ন অঞ্চলত কৰ্মৰত হৈ থাকি শিক্ষানুষ্ঠানটিলৈ যেন সকলোৱে সৌস্তভ কঢ়িয়াই আনিছে। এই শিক্ষানুষ্ঠান যাউতিযুগীয়া হৈ থাকক।